🔴Is the Quran practical?
.
👉How did the prophet Muhammed ruled during his life time ?
👉Did he make his own laws or his own regulations?.
👉Did he follow the Quran, contradict the Quran?
👉Did he change the laws of God?
.
Where are all these contradictions we see in the Hadiths books coming from? It cannot be coming from our beloved prophet Muhammed. To know this for a practical fact, read from the Quran.
.
⛱️মহম্মদে আঃ তেওঁৰ জীৱন কালত(life time) কেনেকৈ শাসন কৰিছিল?
⛱️তেওঁ নিজে নিজস্ব আইন বা নিজস্ব বিধি তৈয়াৰী কৰি লৈছিল নেকি?
⛱️তেওঁ কোৰআনৰ অনুসৰণ কৰিছিলনে, কোৰআনৰ বিৰোধিতা কৰিছিল?
⛱️তেওঁ আল্লাহ তা'লাৰ আইন পৰিবর্তন কৰিছিল নেকি?
.
উক্ত কথাবোৰ কিয় আমি হাদিসসমূহৰ কিতাপবোৰত বৈপৰীত্য(contradiction) দেখিবলৈ পাও।আচলতে আমাৰ প্রিয় নবী মুহাম্মদৰ আঃ পৰা এনে কোৰআনৰ লগত বৈপৰীত্য কথা আহিবই নোৱাৰে।
.
উক্ত কথাবোৰৰ ব্যবহাৰিক বাস্তবতাৰ(practical fact) কথাত কোৰআনে কি কয়?
.
5-484950.
No comments:
Post a Comment