Saturday, May 9, 2020

Assamese Quran with references-bb.raf


📕Referances-১-আল-ফাতিহা(৭আয়াত).
١:١
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
🔴১:১
পৰম কৰুণাময় পৰম দয়ালু  আল্লাহৰ নামত।
[1:1] In the name of GOD (96:1)
(Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim)
🔵Ref:-(96:1).١:٩٦
اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ
৯৬:১
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে,

  .
٢:١
الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
🔴১:২
সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে
[1:2] Praise (El'Hamdu) be to GOD (Lillahi), LORD (Rabbi) of the worlds (El'Åålamiin),
.
٣:١
الرَّحْمَٰنِ الرَّحِيمِ
🔴১:৩
যিজন পৰম কৰুণাময়, পৰম দয়ালু
[1:3] the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim),
.
٤:١
مَالِكِ يَوْمِ الدِّينِ
🔴১:৪
বিচাৰ দিৱসৰ মালিক
[1:4] Owner (Maaliki) of the Day of Judgement (Yaw'mi Ed'Diin),
(82:18-19)
🔵Ref:-(82:18-19).
١٨:٨٢
ثُمَّ مَا أَدْرَاكَ مَا يَوْمُ الدِّينِ
৮২:১৮
আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
١٩:٨٢
يَوْمَ لَا تَمْلِكُ نَفْسٌ لِنَفْسٍ شَيْئًا ۖ وَالْأَمْرُ يَوْمَئِذٍ لِلَّهِ
৮২:১৯
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।
.
٥:١
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ
🔴১:৫
আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
[1:5] it is YOU (Iyyaaka) we worship (Na'budu) and (Wa) it is YOU (Iyyaaka) we seek for help (Nas'taeen).
.
٦:١
اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ
🔴১:৬
আমাক সৰল পথৰ হিদায়ত দিয়া
[1:6] Guide us (Eh'di-naa) to the straight (El'Mus'taqiim) path (Es'Siraato);
(6:153)
🔵Ref:-(6:153)
١٥٣:٦
وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَتَّقُونَ
৬:১৫৩
আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেয়া তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।
.
٧:١
صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ
🔴১:৭
তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়
[1:7] the path (Siraato) of those (Ellaziina) whom (-him') YOU have favoured (4:69) (An'åm'ta Ålai'-), not (Gai'ri) of those upon whom (Ålai'him’) is the anger (5:60) (El'Mag'duubi) nor (Walaa) of the misguided
(3:90) (Ed'Doalliin).
🔵Ref:-(4:69),(5:60),(3:90)
٦٩:٤
وَمَنْ يُطِعِ اللَّهَ وَالرَّسُولَ فَأُولَٰئِكَ مَعَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ وَالصِّدِّيقِينَ وَالشُّهَدَاءِ وَالصَّالِحِينَ ۚ وَحَسُنَ أُولَٰئِكَ رَفِيقًا
৪:৬৯
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!
٦٠:٥
قُلْ هَلْ أُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكَ مَثُوبَةً عِنْدَ اللَّهِ ۚ مَنْ لَعَنَهُ اللَّهُ وَغَضِبَ عَلَيْهِ وَجَعَلَ مِنْهُمُ الْقِرَدَةَ وَالْخَنَازِيرَ وَعَبَدَ الطَّاغُوتَ ۚ أُولَٰئِكَ شَرٌّ مَكَانًا وَأَضَلُّ عَنْ سَوَاءِ السَّبِيلِ
৫:৬০
কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট পৰিণামৰ সংবাদ দিম নে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।
٩٠:٣
إِنَّ الَّذِينَ كَفَرُوا بَعْدَ إِيمَانِهِمْ ثُمَّ ازْدَادُوا كُفْرًا لَنْ تُقْبَلَ تَوْبَتُهُمْ وَأُولَٰئِكَ هُمُ الضَّالُّونَ
৩:৯০
নিশ্চয় যিসকলে ঈমান আনাৰ পিছত কুফৰী কৰিছে, তাৰ পিছত সিহঁত কুফৰী কাৰ্যত বাঢ়ি গৈছে সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই পথভ্ৰষ্ট।
.
🥀comp🥀babs🥀syedraf🥀

No comments:

Post a Comment