Saturday, March 7, 2020

SALAT-BB.RAF.I+II,Assamese I+II

🅾SALAT-BB.RAF.I+II,Assamese I+II
I- https://youtu.be/mqKA8UAVaD0
II- https://youtu.be/DHv-6lH_6pM
.
🇮🇳আল্লাহ চুবহানাহু-ৱা-তা'লাৰ নিয়ম অনুযায়ী "ছালাত"🇮🇳
.
প্ৰত্যেকটো ভাষাৰেই শব্দৰ বা শব্দৰ সংযোগৰ(words and phrases) দুটা অৰ্থ থাকে! এটাক literal আনটোক nonliteral কোৱা হয়!
কথাটো এনেকুৱাঃ
literalত অৰ্থটো মূলৰ(root) পৰা আহে আৰু nonliteralত অৰ্থ মূলৰ বাহিৰলৈ গুচি যায়!
উদাহৰণঃ
Compare these sentences.
1. The air was filled with smoke because the entire building was on fire.
.
2. After the runner crossed the finish line, her lungs were on fire.
.
In the first sentence, on fire has a literal meaning. The building was covered in flames and was burning down. The context clue of the air being “filled with smoke” helps the reader understand that the meaning is literal.
.
In the second sentence, on fire has a nonliteral meaning. The runner’s lungs weren’t really covered in flames. Instead, the runner’s lungs felt like they were burning. The writer uses on fire to better describe the pain the runner felt.
.
উজুকৈ বুজিবলৈ ক'ব পাৰিঃ
ধৰক আপুনি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কোনো ঠাইৰ পৰা একেলগে একেখন স্কিনত তেওঁ 6 সংখ্যাটো দেখিলে আৰু আপুনি 9 দেখিলে! দুয়োজনৰ মাজত কনফিউজ হৈগ'ল, আচলতে 6 নে 9!
এই কনফিউজ আতঁৰ কৰিবলৈ এটাই উপায়ঃ আমি দুয়োজনে মূল লেখাৰ লেখকক সুধিব বা লেখা পঢ়িব লাগিব! যদি তেওঁ কয় 6 তেতিয়া আৰু কনফিউজ বা তৰ্ক কৰাৰ প্ৰশ্নই নুঠে!
কোৰআনৰ আৰবি ভাষাতো একেই কথা!
.
"চালাত" শব্দটো কোৰআনত বহুবাৰ উল্লেখ হৈছে! কিন্তু ইয়াৰ অৰ্থ বিভিন্ন সময়ত বেলেগ বেলেগকৈ অৰ্থ বহন কৰিছে!
তলৰ আয়াতকেইটালৈ মন কৰকঃ
⬇⬇
قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ
১১:৮৭
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
.
١٠٣:٩
خُذْ مِنْ أَمْوَالِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّيهِمْ بِهَا وَصَلِّ عَلَيْهِمْ ۖ إِنَّ صَلَاتَكَ سَكَنٌ لَهُمْ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
৯:১০৩
তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
١٤:٢٠
إِنَّنِي أَنَا اللَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْرِي
২০:১৪
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।(reach out, to communicate).
.
١٦٢:٦
قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
৬:১৬২
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
.
🎓The meaning of above four verses are different.
.
11:87 and 9:103 It is not saying to establish salat.
.
🎓যেতিয়ালৈকে কোৰআনত আল্লাহে কোনো এটা বিষয়ৰ ওপৰত কি কৈছে তাৰ সম্পূৰ্ণ জ্ঞান কোৰআনৰ পৰা আহৰণ কৰিব নোৱাৰে তেতিয়ালৈকে সেই বিষয়ৰ ওপৰত নিজ ধাৰণা, অনুমান, অথবা কোৰআনৰ বাহিৰৰ কোনো হাদিসৰ কথাৰ কোনো মূল্য নাই।

٣٩:١٠
بَلْ كَذَّبُوا بِمَا لَمْ يُحِيطُوا بِعِلْمِهِ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ
১০:৩৯
বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
.
🎓 গতিকে কোৰআনতেই আল্লাহ তা'লাই দিয়া জ্ঞান পৰিপূৰ্ণহৈ আছে। সেয়েহে কোৰআনক কেৱল কোৰআনেহে ব্যাখ্যা কৰিব পাৰে।
.
কোৰআন আল্লাহৰ কিতাপ। গতিকে সুৰ লগাই পঢ়ি গলেই একো বুজিব নোৱাৰে। ইয়াৰ বাবে লাগিব জ্ঞান যাক আল্লাহ তা' লাইহে দিব পাৰে।
⬇⬇
٣٧:١٠
وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ
১০:৩৭
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
⬇⬇
١١٤:٢٠
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا
২০:১১৪
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
,
🎓কোৰআনৰ ব্যাখ্যা কেৱল আল্লাহ তা'লাই হে কৰিব পাৰে কোনো মানুহে নোৱাৰে, আনকি ৰছুলেওঁ নোৱাৰে।

١٨:٢٤
وَيُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ ۚ وَاللَّهُ عَلِيمٌ حَكِيمٌ
২৪:১৮
আৰু আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
(ইয়াত ৰছুলে আঃ কোৰআন ব্যাখা কৰাৰ কথা কোৱা নাই)!
.........
5/
সত্য সত্যয়েই, ইয়াত মিছা মিহলাই নিজৰ অনুমান,কল্পনাজৰিত কিতাপৰ সহায়ত আল্লাহ তা'লাৰ কিতাপক ব্যাখ্যা কৰিব নোৱাৰে!
⬇⬇
٢٦:٣٨
يَا دَاوُودُ إِنَّا جَعَلْنَاكَ خَلِيفَةً فِي الْأَرْضِ فَاحْكُمْ بَيْنَ النَّاسِ بِالْحَقِّ وَلَا تَتَّبِعِ الْهَوَىٰ فَيُضِلَّكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنَّ الَّذِينَ يَضِلُّونَ عَنْ سَبِيلِ اللَّهِ لَهُمْ عَذَابٌ شَدِيدٌ بِمَا نَسُوا يَوْمَ الْحِسَابِ
৩৮:২৬
‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।
⬇⬇
٣٦:١٠
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَفْعَلُونَ
১০:৩৬
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
*-*-*-*-*-*-*-*
বহু বছৰৰ আগৰে পৰাই আমাক চিন্তিত কৰি ৰাখিছিলযে দৈনিক পাঁচটা সময়ত ফৰজৰ বাদেওঁ চুন্নত ৱাজিব নফলআদিৰ বহু ৰাকাতৰ নামত একো মাঠামুণ্ড নুবুজাকে পগলাৰ দৰে আল্লাহ তা'লাই কিয় বৈঠক মৰাই থাকে!!!!!?
ভাবিলোঁ, আমাক শিকাই থোৱা মতে হেনো শেষ বিচাৰত প্ৰথমে পাচঁৱক্ত নামাজৰ(সেই সময়ত চালাতৰ নামেই শুনা নাছিলো) হিচাব লোৱা হ'ব! গতিকে উঠ বহ চলাই গ'লো। ।
.
সাত/আঠ বছৰ মানৰ আগতে ফেচবুকত পদাৰ্পণ কৰিছিলো! ইটো সিটো মছলা জাতিয় পোষ্ট প্ৰায়েই দি থাকো! কোনোবা অজান এজনে অজান ৱাট্চএপত ভৰাই দিলে, সেই আগৰ দৰেই হানাফিৱালা মছলা মাৰ্কা পোষ্ট তাতো আৰম্ভ কৰি দিলো.......😖
ধৰিলে নহয় গোটেইখনে হেচামাৰি! সুমুৱাই দিয়াজনে ক'লেঃ
- এওঁ নতুন ইয়াৰ একো আওভাওঁ নেপায়!
মোক কোৱা হ'ল ফিৰ্কাৱালাবোৰ ভুৱা, আচল ইছলাম চিয়াছিত্তাতহে আছে,আমি কোৰআন আৰু হাদিস মানিব লাগে মানে আহলে-হাদিস গ্ৰোপ!
.
6/
উক্ত গ্ৰোপত প্ৰায় তিনি/চাৰি বছৰমান আছিলো! সেই দিনবোৰ এতিয়াও ৰসালহৈ আছে! সকলো হাদিস পূৰা অধ্যয়নৰ লগতে মজহাবিৰ ভিতৰি থকা ভেজাঁল কথাবোৰৰ কথা গম পালো! মোক দায়িত্ব দিয়া অসমীয়াত সহী বুখাৰিৰ দুটা অধ্যায় গোছল আৰু (আনটো পাহৰিলো) অনুবাদ কৰিছিলো!  গোছলৰ অধ্যায়টো অনুবাদ কৰি থাকোতেই ভাৱ হৈছিল পতি পত্নীৰ একে লগে গাধোৱা কথাটো মিছা নেকি!
.
হঠাৎ এদিন আমাৰ গ্ৰোপৰেই এজনে মোৰ নিজৰ ৱা-এপত এই হাদিসবোৰ মিছা বুলি এটা ভিদিঅ দিলে! প্ৰথমে তেখেতক গালি দিলো! তেওঁ আৰু বেছিকৈ ভিদিঅ দিব ধৰিলে!
এটা ভিদিঅই সকলো চয়তানি হাদিসৰ মেৰপাকৰ পৰা মোক মুক্ত কৰিলে! আলহামদু লিল্লাহ!
এই প্ৰক্ৰিয়াটোত মোক কেৱল এসপ্তাহহে লাগিছিল! আঃহাদিসৰ পৰা আমি কেইবাজনো গুৰি ধৰোতা ওলাই আহিলো! ইতিমধ্যে আমাক এক্সপেলো কৰিলে!
.
তাৰ পিছৰ পৰা আজিলৈকে কেৱল কোৰআন চৰ্চাতেই আছো! আগৰ হাদিসৰ জ্ঞান থকাৰ বাবে হাদিসে কেনেকৈ কোৰআন বুজাত বাধা দিয়ে তাক জনাটো ক্ষীপ্ৰতাৰে উজু হৈ উঠিল, ফলত ইণ্টাৰনেচেনেল ফেচবুকত তৰ্কত ভাগলৈ লাইক পাবলৈ ধৰিলো!
বিখ্যাত কোৰআন মনাসকলৰ লগত মেছেজৰ কথা বতৰাই কোৰআনৰ অন্তঃগৰ্ভতগৈ বুজিব পৰা হ'লো!
.
এই কথাবোৰ কৈথকাৰ এটা কাৰণ আছে...
.
আগলৈ....
.
7/ ... আমি মন কৰিছোযে গোটেই পৃথিবীৰ মুছলিমসকল কোৰআন বুজি সেই মতে এবাদত কৰিবলৈ ধৰিছে! আৰু দিনক দিনে এই সংখ্যাৰ বৃদ্ধি পাই আহিছে! আনকি আমাৰ পূৰ্বাঞ্চলতো ইয়াৰ সংখ্যা বাঢ়িছে!
পৃথিৰীৰ কেৱল কোৰআন ফ'ল কৰা সকলৰ মাজত সকলো কথাৰ মাজত মিল থাকিলেওঁ কিন্তু ছালাতৰ ক্ষেত্ৰত কিছু অমিল দেখা যায়! আমি এই বিলাকেই এটা এটাকৈ কোৰআনৰ পৰাই বিশ্লেষণ কৰিম ইন শ্বা আল্লাহ!
.
আগতেই কৈঅহাৰ দৰে কোৰআনত ছালাতক বেলেগ বেলেগ অৰ্থ বুজাইছে! এটা অৰ্থ হৈছে ৰুকু আৰু ছিজদা কৰা!
🔺ৰুকুৰ মূল(Root) অৰ্থ কেইবাটাও যদিও বহুতে "আত্মসমৰ্পণ(surroundings)" শব্দটো বাচিলৈ ৰুকু আৰু ছিজদাহত মূৰ নুদুৱাই ঠিয় অৱস্থাতেই ছালাত সম্পূৰ্ণ কৰে!
.
আচলতে কোৰআনে তেনেকৈ ছালাত পালন কৰিবলৈ কোৱাঁ নাই! শাৰীৰিক ভাৱেই আঠুলৈ মূৰ তললৈ নমাবলৈ কৈছে! তলৰআয়াতকেইটালৈ মন কৰিব!
⬇⬇
আগলৈ....
..
[8]
77:47-48
٤٧:٧٧
وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ
৭৭:৪৭
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

٤٨:٧٧
وَإِذَا قِيلَ لَهُمُ ارْكَعُوا لَا يَرْكَعُونَ
৭৭:৪৮
যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।
.
আকৌ চাওঁক...
١١١:٢٠
۞ وَعَنَتِ الْوُجُوهُ لِلْحَيِّ الْقَيُّومِ ۖ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا
২০:১১১
আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ’ব আৰু অৱশ্যে সি ব্যৰ্থ হ’ব, যিয়ে যুলুম বহন কৰিব।
.
উক্ত আয়াতকেইটাত দেখা গ'লযে ৰুকু মানে Physically bow down.
.
🔺চিজদাহ(চুজুদ)ৰ অৰ্থও বহুতে কেৱল আত্মসমৰ্পণ বুলি ধৰে! ইয়াৰ মূল কাৰণটো হৈছেযে কোৰআনত উল্লেখিত গ্ৰহ নক্ষত্ৰই কেনেকৈ চিজদাহ কৰে.....এইবোৰো আমি বিশ্লেষণ কৰিম...ইন শ্বা আল্লাহ,,,আগলৈ
.
(9)see Salat I-B.
[08/03, 7:41 AM] Maa Tifin: 🅾Salat-I-B-9-12
9/
🔵চুজুদতো ৰুকুৰ দৰে শাৰিৰীতভাৱে চিজদাহেৰে আত্মসমৰ্পন কৰাৰ নিৰ্দ্দেশ আছেঃ
٢٦:٣٧
بَلْ هُمُ الْيَوْمَ مُسْتَسْلِمُونَ
৩৭:২৬
প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।
.
٤٢:٦٨
يَوْمَ يُكْشَفُ عَنْ سَاقٍ وَيُدْعَوْنَ إِلَى السُّجُودِ فَلَا يَسْتَطِيعُونَ
.
68"42-44
৬৮:৪২
সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;
.
٤٣:٦٨
خَاشِعَةً أَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۖ وَقَدْ كَانُوا يُدْعَوْنَ إِلَى السُّجُودِ وَهُمْ سَالِمُونَ
৬৮:৪৩
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
.
٤٤:٦٨
فَذَرْنِي وَمَنْ يُكَذِّبُ بِهَٰذَا الْحَدِيثِ ۖ سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ
৬৮:৪৪
এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
.
⚡আমি বহু কেৱল কোৰআন আমল কৰা সকলক দেখিছো/পঢ়িছোযে ৰুকু আৰু চুজুদ মানে চিজদাহক কেৱল মানি(submit) লোৱা বুলি ধৰি লয়! ইয়াৰ কাৰণহৈছেঃ
١٨:٢٢
أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِنَ النَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ ۗ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ ۩
২২:১৮
তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।
.
⚡মানুহ আৰু আন বস্তুৰ মাজত প্ৰভেদ আছে, গতিকে চিজদাহৰ নিয়মো বেলেগঃ
⬇⬇
٤٤:١٧
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
১৭:৪৪
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
.
⚡এই চুজুদ মানৱ বাদে বিভিন্ন ধৰণৰ হ'ব পাৰে!
٤٨:١٦
أَوَلَمْ يَرَوْا إِلَىٰ مَا خَلَقَ اللَّهُ مِنْ شَيْءٍ يَتَفَيَّأُ ظِلَالُهُ عَنِ الْيَمِينِ وَالشَّمَائِلِ سُجَّدًا لِلَّهِ وَهُمْ دَاخِرُونَ
১৬:৪৮(nbb)
সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?
.
٣٨:٣٦
وَالشَّمْسُ تَجْرِي لِمُسْتَقَرٍّ لَهَا ۚ ذَٰلِكَ تَقْدِيرُ الْعَزِيزِ الْعَلِيمِ
৩৬:৩৮(nbb)
আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।
.
আগলৈ...
10/
যিসকল মুছলিমে কেৱল কোৰআন মানে(follow) তেওঁলোকৰ মাজত চালাতকলৈ কিছু মত পাৰ্থক্য এতিয়াও আছে আৰু ৰছুল মহম্মদ আঃ সময়তো আছিল(8:5)!
এনে পাৰ্থক্য থকাৰ মূল কাৰণ হৈছে কোৰআনৰ আয়াতক তেওলোকে যেনেকৈ বুজিলে তাত নিজৰ অনুমান, মত(own opinion, assumptions) যোগ দিয়াৰ ফলত চালাত হৈপৰে দুই,তিনি,পাচঁ বা ছয় ৱক্তৰ!
.
কিন্তু.....
আল্লাহ চুবহানাহু ৱা তা'লাৰ কথাবোৰ সত্যৰ(কোৰআন) ওপৰত প্ৰতিষ্ঠিত! গতিকে ধাৰণাৰ কোনো কাম নাই, বাকী বুখাৰিআদি হাদিস, নিয়ামূল কোৰআন, ফাজাইল আমলআদি জাতিয় কিতাপৰ কথা নকলোৱেইবা! এইবোৰ কোৰআনৰ তুলনাত জাবৰ সদৃহ!
⬇⬇
কোৰআনঃ১০:৩৬
“আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।”
⬇⬇
৬:১১৬
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।
.
🤔ৰছুল মহন্মদ আঃৰ আক্কিদা(creed) কি আছিল বাৰু?
.
আগলৈ....
.
No. 11
নামাজ মানে ছালাত নেকি?
ছালাত মানেতো নামাজ নহয়, তেন্তে ছালাত মানে কি?
..
11/
চালাতকে ধৰি ইছলাম দীনৰ সকলোবোৰ কোৰআনৰ মতে হ'ব লাগিব! কাৰণ আল্লাহ তা'লাৰ হুকুম কৰিবা-নকৰিবা(do and don't)ৰ নিদ্দেৰ্শনাবোৰ মহম্মদ আঃক বিশ্ববাসীক জনাই দিবলৈ কোৱা হৈছিল! লগতে তেওঁক আল্লাহ তা'লাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যিদৰে ইব্ৰাহীম আঃ আত্মসমৰ্পক আছিল!
২৭:৯১-৯২
٩١:٢٧
إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَٰذِهِ الْبَلْدَةِ الَّذِي حَرَّمَهَا وَلَهُ كُلُّ شَيْءٍ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
২৭:৯১
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰী সকলৰ অন্তৰ্ভুক্ত হওঁ।
.
٩٢:٢٧
وَأَنْ أَتْلُوَ الْقُرْآنَ ۖ فَمَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَقُلْ إِنَّمَا أَنَا مِنَ الْمُنْذِرِينَ
২৭:৯২
মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী’।
.
যিহেতু মহম্মদ আঃৰ আক্কিদা(creed) আছিল ইব্ৰাহীম আঃৰ,গতিকে চালাত,ছিয়াম,হজ,যাকাত আদি সকলোবোৰ সেই আক্কিদাতেই সুপ্ৰতিষ্ঠিত আছিল!
.
19:57-58
٥٧:١٩
وَرَفَعْنَاهُ مَكَانًا عَلِيًّا
১৯:৫৭
আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলো।
.
٥٨:١٩
أُولَٰئِكَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ مِنْ ذُرِّيَّةِ آدَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍ وَمِنْ ذُرِّيَّةِ إِبْرَاهِيمَ وَإِسْرَائِيلَ وَمِمَّنْ هَدَيْنَا وَاجْتَبَيْنَا ۚ إِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُ الرَّحْمَٰنِ خَرُّوا سُجَّدًا وَبُكِيًّا ۩
১৯:৫৮
এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰিছিলো। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলো আৰু মনোনীত কৰিছিলো; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।
.
মহম্মদ আঃক প্ৰতিষ্ঠা দান কৰা চালাতঃ
١٠٢:٤
وَإِذَا كُنْتَ فِيهِمْ فَأَقَمْتَ لَهُمُ الصَّلَاةَ فَلْتَقُمْ طَائِفَةٌ مِنْهُمْ مَعَكَ وَلْيَأْخُذُوا أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا فَلْيَكُونُوا مِنْ وَرَائِكُمْ وَلْتَأْتِ طَائِفَةٌ أُخْرَىٰ لَمْ يُصَلُّوا فَلْيُصَلُّوا مَعَكَ وَلْيَأْخُذُوا حِذْرَهُمْ وَأَسْلِحَتَهُمْ ۗ وَدَّ الَّذِينَ كَفَرُوا لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُمْ مَيْلَةً وَاحِدَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ إِنْ كَانَ بِكُمْ أَذًى مِنْ مَطَرٍ أَوْ كُنْتُمْ مَرْضَىٰ أَنْ تَضَعُوا أَسْلِحَتَكُمْ ۖ وَخُذُوا حِذْرَكُمْ ۗ إِنَّ اللَّهَ أَعَدَّ لِلْكَافِرِينَ عَذَابًا مُهِينًا
৪:১০২
আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।
.
পূৰ্বৱৰ্তী নবীসকলৰ উদাহৰণো আছে!
⬇⬇
٣٤:٢٤
وَلَقَدْ أَنْزَلْنَا إِلَيْكُمْ آيَاتٍ مُبَيِّنَاتٍ وَمَثَلًا مِنَ الَّذِينَ خَلَوْا مِنْ قَبْلِكُمْ وَمَوْعِظَةً لِلْمُتَّقِينَ
২৪:৩৪
অৱশ্যে আমি তোমালোকৰ ওচৰত অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ, তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰা দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ।
.
পূৰ্বৱৰ্তী সকলোনবী হেদায়ত প্ৰাপ্ত আছিল আৰু তেওঁলোককেই অনুসৰণ কৰাৰ নিদ্দেৰ্শ আছিল!
⬇⬇
٩٠:٦
أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ
৬:৯০
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
.
আগতেই কৈঅহা হৈছে মহম্মদ আঃৰ দ্বীনৰ আক্কিদা আৰু ইব্ৰাহীমৰ দ্বীন একেই! এই আক্কিদা সলনি নহয়!
⬇⬇
٧٨:٢٢
وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ
২২:৭৮
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!
.
কিন্তু কিন্তু পাৰ্চীয়ান ইমাম কিছুমানে নকল মহম্মদ আৰু নকল আলিৰ ডামী তৈয়াক কৰি
শিয়াসকলৰ বাবে পাচঁখন হাদিসৰ কিতাপ আৰু সুন্নিসকলৰ বাবে ছয়খন হাদিসৰ কিতাপ প্ৰস্তুত কৰিলে ৷
সুন্নি, শিয়াসকলৰ উপদলবোৰৰ মাজতো হাজাৰ হাজাৰ কিতাপ৷ .....জগতৰ বিচাৰৰ দিনৰ মালিকৰ কিতাপ ধোৱাঁ চাঙত উঠিল!
.
আগলৈ...ইন শ্বা আল্লাহ...
.
🔴No.12.
মনত ৰখা ভালযে চালাত হৈছে এক আনুষ্ঠাকতা
(rituals)! ইয়াৰ মানে হৈছে কিছুমান কাৰ্যৰ দ্বাৰা চালাতক প্ৰতিষ্ঠা কৰা! যেনেকৈ অজু কৰ্মতো কৰিলেহে চালাত প্ৰতিষ্ঠা কৰিব পাৰিব! তাৰ পাছত আছে ঠিয় হোৱা ৰুকু কৰা ছিজদাহ কৰা ইত্যাদি! তছবিহ(glorification) জিকিৰ (recitation) আদিবোৰ চালাতৰ অন্তৰ্গত! কিন্তু  তছবিহৰ(glorification) বাবে কোনো আনুষ্ঠাকতাৰ (rituals) প্ৰয়োজন নহয়!
.
চালাতৰ এটা অৰ্থ নিবিড়ভাৱে অনুসৰণ কৰা(following closely)হয়!কিন্তু আনুষ্ঠাকতাত (rituals) অনুসৰণৰ মূল্য নাই! চালাতৰ মাধ্যমেৰে আল্লাহ চুবহানাহু-ৱা-তা'লাৰ লগত প্ৰতক্ষ্য যোগাযোগ(direct communication) কৰা হয় চুৰা ফাতেহাৰ দ্বাৰা! ইয়েই একমাত্ৰ চুৰা যাৰ দ্বাৰা আল্লাহ চুবহানাহু-ৱা-তা'লাৰ লগত যোগাযোগ হয়!
.
চালাতৰ মূল উদ্দেশ্যই হৈছে আল্লাহ চুবহানাহু-ৱা-তা'লাক মনত পেলোৱা(rememberance) আৰু এই কাম কৰা হয় তেওঁৰ বাণী জিকিৰ(recitation)কৰি অৰ্থাৎ মুখস্থ মাতি!
পঢ়া, বুজা, মনত ৰখাৰ পিছতহে মুখস্থ মাতিব পাৰি! এনেই ভাতৌৰ দৰে মুখস্থ মাতিলে আল্লাহ চুবহানাহু-ৱা-তা'লাৰ লগত চুপতি কৰাৰ দৰে হ'ব, যিতু বৰ্তমান চালাতৰ লগত হৈআছে!
চাওঁক মুছা আঃক কোৱাঁ হৈছেঃ...
.
আগলৈ...💜bb💜raf💜..
[08/03, 7:42 AM] Maa Tifin: 🅾Salat-I-C-13-...
🔴No.13
নামাজ মানে ছালাত নেকি?
ছালাত মানেতো নামাজ নহয়, তেন্তে ছালাত মানে কি?
.
👉মুছা আঃক কোৱাঁ হৈছেঃ...
١٤:٢٠
إِنَّنِي أَنَا اللَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْرِي
২০:১৪
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।
.
👉মহম্মদ আঃক কোৱাঁ হৈছে:
٤٥:٢٩
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ 📌وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ 📌وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
২৯:৪৫
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু 📌ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু 📌আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
.
٩:٦٢
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ 📌لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ 📌ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
৬২:৯
হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া 📌ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে 📌আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
.
কোৰআনৰ আন এটা নাম 🔑জিকিৰ, মানে কোৰআন পঢ়া, বুজা, মনত ৰখা, আৰু চালাত প্ৰতিষ্ঠাৰ বাবে মুখস্থ মাতা!মুঠতে কোৰআন পঢ়া আৰু মুখস্থ মতাই জিকিৰ!
⬇⬇
٩:١٥
إِنَّا نَحْنُ نَزَّلْنَا 📌الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
🔑১৫:৯
নিশ্চয় আমিয়েই কোৰআন📌 অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
.
চালাতৰ মূল উদ্দেশ্যই হৈছে জিকিৰ কৰা!
এনেকুৱাকৈ চালাত প্ৰতিষ্ঠা কৰিব লাগিব যাতে নিজ অশ্লীনতাক বাধা দিব পাৰে!
⬇⬇
٣٣:٧
قُلْ إِنَّمَا حَرَّمَ رَبِّيَ الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ وَالْإِثْمَ وَالْبَغْيَ بِغَيْرِ الْحَقِّ وَأَنْ تُشْرِكُوا بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَأَنْ تَقُولُوا عَلَى اللَّهِ مَا لَا تَعْلَمُونَ
৭:৩৩
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।
.
আগলৈ ইন শ্বা আল্লাহ...
.
📝bb📝comp.tran.edi📝raf📝
.
🔴No.14

🇮🇳আল্লাহ চুবহানাহু-ৱা-তা'লাৰ নিয়ম অনুযায়ী "ছালাত"🇮🇳
.

আমি আগতেই উল্লেখ কৰি আহিছিলোযে চালাতত ৰুকু ছিজদাহ ব্যৱহাৰিক(practical) হ'ব লাগিব।কিন্তু কিছুমানে কয়, কপালেৰে ছিজদাহ কৰাটো কোৰআনত নাই। তেওঁলোকৰ মতে ছিজদাহত কপালৰ সলনি ঠুতৰি(chin) ব্যৱহাৰ কৰিব লাগে। 


তলৰ আয়াতটোত "আলাল আযকানি" ব্যৱহৃত হোৱা নাই, হৈছে " লিল আযকানি"।


Quran-17:107


Say: "Believe in it or do not believe in it. Those who have been given the knowledge before it, when it is recited to them, they fall to their ✍️Chins Prostrating."
.
ইয়াৰ অসমীয়া হ'ব:-
١٠٧:١٧
قُلْ آمِنُوا بِهِ أَوْ لَا تُؤْمِنُوا ۚ إِنَّ الَّذِينَ أُوتُوا الْعِلْمَ مِنْ قَبْلِهِ إِذَا يُتْلَىٰ عَلَيْهِمْ يَخِرُّونَ ✍️لِلْأَذْقَانِ سُجَّدًا
১৭:১০৭
কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে (ঠুতৰিদি(chin)ছাজদাত পৰি যায়’।
.
আযকানি(ذْقَانِ):-
Root:-
Thal-Qaf-Nun


:-to strike on the chin, lean the chin upon (with ala).
.
মন কৰিব, لِلأَذْقَانِত  LIL(upon) আছে ALA(on) নহয়। Lil'adhqāni মানে মুখমণ্ডল।


কেৱল ঠুতৰিদি(chin) ছিজদাহ হোৱা হলে ALA(on) হ'লহেতেঁঁন।


.


ছিজদাহৰ স্থান হৈছে মুখমণ্ডল(কপাল):-


(ইয়াৰ কথা তাওৰাত আৰু ইঞ্জীলতো(35:31, 5:48) উল্লেখ আছে।)


চাওঁঁক-


٢٩:٤٨


مُحَمَّدٌ رَسُولُ اللَّهِ ۚ وَالَّذِينَ مَعَهُ أَشِدَّاءُ عَلَى الْكُفَّارِ رُحَمَاءُ بَيْنَهُمْ ۖ تَرَاهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا ۖ سِيمَاهُمْ فِي وُجُوهِهِمْ مِنْ أَثَرِ السُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِي التَّوْرَاةِ ۚ وَمَثَلُهُمْ فِي الْإِنْجِيلِ كَزَرْعٍ أَخْرَجَ شَطْأَهُ فَآزَرَهُ فَاسْتَغْلَظَ فَاسْتَوَىٰ عَلَىٰ سُوقِهِ يُعْجِبُ الزُّرَّاعَ لِيَغِيظَ بِهِمُ الْكُفَّارَ ۗ وَعَدَ اللَّهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا


৪৮:২৯


মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ ✍️মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।


.


ALA(on)ৰ ব্যৱহাৰৰ আয়াতঃ


١٠٣:٤


فَإِذَا قَضَيْتُمُ الصَّلَاةَ فَاذْكُرُوا اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِكُمْ ۚ فَإِذَا اطْمَأْنَنْتُمْ فَأَقِيمُوا الصَّلَاةَ ۚ إِنَّ الصَّلَاةَ كَانَتْ ✍️عَلَى الْمُؤْمِنِينَ كِتَابًا مَوْقُوتًا


৪:১০৩


এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।


.


١٩١:٣


الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَ,✍️عَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ


৩:১৯১


যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।


আৰু চাব- 67:22


.


আগলৈ..... ইন শ্বা আল্লাহ।


💖bb💖comp💖raf💖


No comments:

Post a Comment